0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
মঙলবাৰে শিলচৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। এখন ইলেকট্ৰিক অটোৰ পিছ ফালে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা লগোৱা ঘটনাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ পাছতে বজৰঙ দলৰ একাংশ সদস্য অটোৰ চালক জনৰ ওপৰত ক্ষুব্ধ হৈ পৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব