0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
ধুবুৰী আদালতৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা, ধুবুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মছিৰ উদ্দিন সেখ আৰু নাই। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫-০০ বজাত ধুবুৰী জিলাৰ গৌৰীপুৰৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে শেষ নিঃশ্বাস ত্যাগ কৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব