/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
-
নগাঁও উকীল সন্থাৰ পৰা বহিষ্কাৰ এজন অধিবক্তাক
-
ৰিজুৱান আহমেদ নামৰ অধিবক্তাগৰাকীক বহিষ্কাৰ
-
ড্রাগছ ব্যৱসায়ৰ সৈতে জড়িত আছিল ৰিজুৱান আহমেদ
-
নাবালিকা ধৰ্ষণৰ গোচৰটো নাম সাঙোৰ খাই আছে আহমেদৰ
-
আদালতৰ চৌহদতে ড্রাগছসহ কৰায়ত্ত ৰিজুৱান আহমেদক
-
নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰে অধিবক্তাগৰাকীক