0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
মণিপুৰৰ স্থানীয় বিদ্যালয় এখনৰ পৰা পঢ়া-শুনা সমাপ্ত কৰি তাৰ পিছত সশস্ত্ৰ সীমা বল (SSB)ত যোগদান কৰিছিল কাপেছাই। এছ এছ বিৰ পৰা কেৰিয়াৰ আৰম্ভ কৰি উত্তৰাখণ্ডৰ পিথোৰাগড়ত ৫৫ নং বেটেলিয়নত সুখ্যাতিৰে সেৱা আগবঢ়ায়।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব