শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...
Browsing Tag

himanta biswa sarma

হাত যোৰ কৰিছো, মুখ্যমন্ত্ৰীক নজনাব বান সাহায্য পোৱা নাই বুলি: বন্যাৰ্তক আহ্বান একাংশৰ

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ কুমাৰবড়িৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত শিবিৰ পাতি থকা বন্যাৰ্ত ৰাইজক দেখা কৰাৰ  আগমুহুৰ্তত একাংশ বিজেপি নেতা পালিনেতাৰ কাণ্ড কেমেৰাত আৱদ্ধ।। একাংশই কয় যে মুখ্যমন্ত্ৰী আগত বান সাহায্য নোপোৱা অভিযোগ
আৰু পঢ়ক...

বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত, আজি পৰিদৰ্শন কৰিব নগাঁৱৰ বিভিন্ন অঞ্চল…

ডিজিটেল ডেস্ক: নগাঁও জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে দিনৰ ১.৩০ বজাত ৰেলেৰে নগাঁৱৰ চাপৰমূখত উপস্থিত হ'ব মুখ্যমন্ত্ৰী গৰাকী। চাপৰমূখৰ বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হৈ পৰিস্থিতি
আৰু পঢ়ক...

বিসম্বাদী ৰাজনীতিৰ ৰাজধানী গুৱাহাটী কিয়?

মৃদুল কুমাৰ সন্দিকৈ সংকটত মহাৰাষ্ট্ৰৰ চৰকাৰ। চুৰাটৰ পৰা আহি বুধবাৰৰ পুৱা ৪০ জন বিসম্বাদী বিধায়কে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পতাৰ পাছত মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ গুৱাহাটী হৈ পৰিছে। বিসম্বাদী ৰাজনীতিৰ ৰাজধানী গুৱাহাটী হৈ পৰিল
আৰু পঢ়ক...

গুৱাহাটীত উপস্থিত মহাৰাষ্ট্ৰৰ ৪০ বিসম্বাদী বিধায়ক, আদৰণি বিজেপিৰ…

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকতে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ইয়াৰ মাজতে আহিছে ডাঙৰ খবৰ। চুৰাটৰ পৰা গুৱাহাটী পালে মহাৰাষ্ট্ৰৰ বিসম্বাদী ২২ মন্ত্ৰী- বিধায়ক। একনাথ সিন্ধেৰ নেতৃত্বত গুৱাহাটীত বাহৰ পাতিছে মন্ত্ৰী বিধায়ক সকলে। বৰঝাৰ
আৰু পঢ়ক...

অৱসৰলৈ আৰু দুবছৰ আছে,মোৰ চাকৰিটো চৰকাৰী কৰি দিয়ক: এজন শিক্ষকৰ কাতৰ আহ্বান

ডিজিটেল সংবাদ, বোকাখাত: "মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত হাত যোৰ কৰিছো। মাননীয় শিক্ষা মন্ত্ৰী মহোদয়, মাননীয়, বোকাখাতৰ বিধায়ক,আমাৰ মন্ত্ৰী অতুল বৰাক হাতযোৰ কৰিছো। মই 'বিশেষ ভাৱে সক্ষম' শিক্ষয়িত্ৰী।অৱসৰলৈ আৰু দুবছৰ আছে।মোৰ চাকৰিটো
আৰু পঢ়ক...

মুখ্যমন্ত্ৰী সাহায্য পূঁজিলৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ৩ লাখ টকাৰ সাহায্য…

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ অধীনস্থ সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজাববীয়াকৈ মুখ্যমন্ত্ৰী সাহায্য পূঁজি" লৈ আগবঢ়াই তিনি লাখ টকাৰ বৰঙণি। সোমবাৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক
আৰু পঢ়ক...

মৰণৰ বান! পলকতে উটি গৈছে সপোনৰ ঘৰখন, কঙাল জনতাই বিচাৰিছে জিৰাবলৈ থল…

বৰষা শৰ্মা ক্ৰমান্বয়ে অধিক জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। প্ৰতিবাৰৰ দৰে এইবাৰো লাখ লাখ জনতা পৰিছে বানৰ কবলত। লাখ লাখ মানুহৰ সপোনৰ ঘৰ উটি গৈছে বানৰ প্ৰৱাল সোঁতত। যোৱা ১৪ জুনৰ পৰা ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ মুঠ
আৰু পঢ়ক...

‘ননচেন্স’ শিক্ষক!

মৃদুল কুমাৰ সন্দিকৈ ৰণোজ পেগু অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী। এজন অত্যন্ত ভদ্ৰ লোক। গহীন-গম্ভীৰ আৰু স্ব- অধিকাৰ আৰু জনগোষ্ঠীয় লোকসকলৰ সমস্যাক লৈ দীৰ্ঘদিনৰ গণতান্ত্ৰিক সংগ্ৰামী সত্তাৰে ৰাজনীতিত ভৰি থোৱা অভিজ্ঞ লোক। শিক্ষামন্ত্ৰী হোৱাৰ
আৰু পঢ়ক...

গুৱাহাটী…

মৃদুল কুমাৰ সন্দিকৈ গুৱাহাটী কাৰোৱে নহয়। গুৱাহাটী আমাৰ সকলোৰে। গুৱাহাটী উত্তৰ-পূৱৰ দুৱাৰমুখ। ঐতিহ্য আৰু প্ৰকৃতিৰ ৰম্যভূমি। গুৱাহাটীক সৰ্বাংগ সুন্দৰ কৰি ৰখাৰ দায়িত্ব সকলোৰে আছে। গুৱাহাটীৰ ভৱিষ্যত কি। কি হব গুৱাহাটীৰ। গুৱাহাটী
আৰু পঢ়ক...

হঠাৎ ভাস্কো ডিক PSO কিয়?

মৃদুল কুমাৰ সন্দিকৈ পি এছ অ অৰ্থাৎ ব্যক্তিগত নিৰাপত্তাৰক্ষী ষ্টেটাচৰ চিম্বল হ'ব নোৱাৰে। সেয়েহে অপ্ৰয়োজনীয়ভাৱে থকা পি এছ অ' কৰ্তন কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাই ভিআইপি, ভিভিআইপি কালচাৰৰ মাজত জীৱন নিৰ্বাহ কৰা
আৰু পঢ়ক...