বিহপুৰীয়াৰ বিশিষ্ট শিক্ষাবিদ ড° তৰুণ শৰ্মাৰ বিয়োগ…
ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়া নগৰৰ ন নম্বৰ ৱাৰ্ডস্থিত ব্ৰাহ্মণগাওঁ নিবাসী বিশিষ্ট শিক্ষাবিদ, সংস্কৃত পণ্ডিত তথা সমাজকৰ্মী ড° তৰুণ শৰ্মা(৭৮) ৰ শুকুৰবাৰে বিয়লি চেন্নাইৰ এপ’লো হস্পিটেলত চিকিৎসাধীন অৱস্থাত পৰলোক প্ৰাপ্তি ঘটে। তেওঁৰ!-->…
আৰু পঢ়ক...
আৰু পঢ়ক...