বিহপুৰীয়াত তিনি ড্ৰাগছ আসক্তক আটক

বিহপুৰীয়াত তিনি ড্ৰাগছ আসক্তক আটক

ডিজিটেল সংবাদ,বিহপুৰীয়াঃ বিহপুৰীয়াৰ পুখুৰীপৰীয়াত তিনি ড্ৰাগছ আসক্তক আটক ৷ ড্ৰাগছ আসক্ত যুৱকত্ৰয়ক স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতায় দিয়ে ৷ আটকাধীন ড্ৰাগছ আসক্ত কেইটা ক্ৰমে বঙালমৰাৰ কৰণ মিৰি , অনুপ মিৰি আৰু সঞ্জু প্ৰসাদ ৷

পুখুৰীপৰীয়াৰ মাধুৰ্য বৰা নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছ ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে । ড্ৰাগছ সৰবৰাহকাৰী মাধুৰ্য বৰাক বিচাৰি বিহপুৰীয়া আৰক্ষীৰ অভিযান অব্যাহত আছে ৷

বিহপুৰীয়াত তিনি ড্ৰাগছ আসক্তক আটক
ৰঙিয়াৰ হচং মধুকুছি কোচ কমিটিৰ ৮৭ তম মাঘী সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in