চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
জীৱন শৈলী

কাৰ গাফিলতিত ঘটিল এই ঘটনা ? তীব্ৰ প্ৰতিক্ৰিয়া

আজিকালি ছ’চিয়েল মেডিয়াই আমাক বহুত খবৰ দিয়ে। শেহতীয়াকৈও এনে এটা বিশেষ খবৰে সকলোকে আচৰিত কৰিছে। হয়, আইচক্ৰীমত ওলাইছে মৰা সাপ। খাবলৈ লওঁতেই এজন ব্যক্তিয়ে আইচক্ৰীমত পালে এডাল মৰা সাপ।

author-image
Asomiya Pratidin
09 Mar 2025 15:33 IST

Follow Us

New Update
22

ডিজিটেল ডেস্ক: আজিকালি ছ’চিয়েল মেডিয়াই আমাক বহুত খবৰ দিয়ে। শেহতীয়াকৈও এনে এটা বিশেষ খবৰে সকলোকে আচৰিত কৰিছে। হয়, আইচক্ৰীমত ওলাইছে মৰা সাপ। খাবলৈ লওঁতেই এজন ব্যক্তিয়ে আইচক্ৰীমত পালে এডাল মৰা সাপ।

Advertisment

ছ’চিয়েল মেডিয়াত এতিয়া সাপ সোমাই থকা আইচক্ৰীমটোৰ ফটো ভাইৰেল হৈছে। প্ৰকৃততে, থাইলেণ্ডৰ মুয়াং ৰাটচাবুৰী অঞ্চলৰ ৰেবান নাকলেংবুন নামৰ এজন ব্যক্তিয়ে এই খবৰটো ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে। তেওঁ ব্লেক বিন আইচক্ৰীম বাৰৰ পৰা  আইচক্ৰীম কিনি খাবলৈ লওঁতেই এই দৃশ্যটো দেখি আচৰিত হয়। আইচক্ৰীমৰ ভিতৰত ক’লা-হালধীয়া ৰঙৰ মৰা সাপৰ পোৱালি  দেখি ব্যক্তিজনে অৱশ্যে ভয়ত আইচক্ৰীমটো পেলাই নিদি তাৰ ফটো তুলি ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰে। ফটোখন শ্বেয়াৰ কৰি তেওঁ লেখিছে, ‘তোমাৰ চকু দুটা বৰ মৰমলগা। এনেকৈ কেনেকৈ মৰিলা ? এইখন অৰিজিনেল ফটো, কাৰণ মই নিজেই এই আইচক্ৰীমটো কিনিছো।’

এই ফটোখনে চৰ্চা লাভ কৰাৰ পাছতে বহু লোকে ছ'চিয়েল মেডিয়াত মুকলিকৈ তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বহুতেই ক’লা-হালধীয়া ৰঙৰ এই সাপবিধ ​​অতি বিষাক্ত বুলি মন্তব্য কৰাৰ বিপৰীতে কিছু লোকে এই সাপ বিযাক্ত নহয় বুলি মন্তব্য কৰিছে। ইয়াৰ বিপৰীতে একাংশই ইয়াক গুৰুতৰ অৱহেলা বুলি অভিহিত কৰিছে। এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লেখিছে, 'এয়া এক গুৰুতৰ গাফিলতি, আইচক্ৰীম বিক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে।' আন এজনে ধেমেলীয়াকৈ লিখিছে, 'কোনো সমস্যা নাই, নতুন সোৱাদটো চেষ্টা কৰক'। উল্লেখ্য যে, কেনেকৈ আৰু কাৰ অসাৱধানতাত আইচক্ৰীমত মৰা সাপ ওলাবলৈ পালে, সেয়া অৱশ্যে এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে।

Also Read: এই আজৱ কাণ্ডত আচৰিত নেটিজেন, তীব্ৰ চৰ্চা

আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!