হাজোত প্ৰেমৰ বাবে হত্যাকাণ্ড ! ১৮ মাহ পাছত গ্ৰেপ্তাৰ হত্যাকাৰী...

হাজোত প্ৰেমৰ বাবে হত্যাকাণ্ড ! ১৮ মাহ পাছত গ্ৰেপ্তাৰ হত্যাকাৰী...
  • ১১ মাহ পুৰণি এটা চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা

  • প্রেমৰ বাবেই প্রেমিকাৰ পৰিয়ালে যুৱকক হত্যাৰ অভিযোগ

  • প্রেমিকাসহ পিতৃক গ্রেপ্তাৰ কামৰূপ আৰক্ষীৰ

  • গ্রেপ্তাৰ মঞ্চুৱ আলী আৰু যুৱতীগৰাকীক

  • হত্যা কৰা যুৱকজনৰ নাম সৌৰভ দাস

  • ১৮ জানুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হাজোৰ সৌৰভ

  • বন্ধুৰ লগত ওলাই গৈ উভতি অহা নাছিল সৌৰভ

  • তাৰ পিছতেই পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in