/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3a841e87-2036-4268-994b-690c86f0c0c4/9.jpg)
ডিজিটেল সংবাদ, হাজোঃ নৰেন্দ্ৰ মোদী নেতৃত্বধীন বিজেপি দললৈ জাকে জাকে সংস্যালঘু ভোটাৰ আগমণ ঘটিছে। দলটোৰ প্ৰতি আকৃষ্ট হৈ হাজোত বিজেপিলৈ জাকে জাকে ধাৱমান হৈছে মহিলা ভোটাৰৰ।
হাজোৰ কোৱাৰপুৰত বিজেপি নেতা প্ৰকাশ দাসৰ নেতৃত্বত ৫শতাধিক মহিলাই আনুষ্ঠানিকভাৱে পিন্ধিলে গেৰুৱা বসন । মহিলা সকলৰ প্ৰতি চৰকাৰে লোৱা উন্নয়ন মূলক কাম কাজৰ বাবেই এনেদৰে বিজেপি দললৈ আগমন এইসকল মহিলাৰ।
হাজো মণ্ডল বি জে পিৰ সভাপতি ভূপেন কলিতা বি জে পি নেতা মেৰজুল হককে ধৰি কেইবাজনো নেতাই অংশ লয় এই যোগদান কাৰ্যসূচীত । এই কাৰ্যসূচী কংগ্ৰেছ নেতা মজিবুৰ ৰহমানকে ধৰি কেইবাজনো নেতাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ।
Also Read: সমাজসেৱক উৎপল বণিয়ালৈ "নেচনেল আইকণ এৱাৰ্ড" সন্মান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us