/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/4306d1f1-2378-42f8-ad57-bd5a2b926f9d/7.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ হাৰিয়ানাত অনুষ্ঠিত হোৱা হিউমেন ৰাইটচ্ ইন্টাৰনেছনেল ফেডাৰেশ্যনৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱসত হিউমেন ৰাইটচ্ ফেডাৰেশ্যনয়ে আজীৱন সভ্য হিচাপে স্বীকৃতি প্ৰাপ্ত নগাঁও জিলাৰ বিশিষ্ট সমাজসেৱক, সু-লেখক তথা সকলোৰে পৰিচিত ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বণিয়া নেচনেল আইকণ এৱাৰ্ড (National Icon Awards) সন্মানেৰে সন্মানিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/09ff9531-29a7-45b8-8bb8-1095400a0f09/54090526_2338_48cd_8952_ade097477048.jpg)
হিউমেন ৰাইটচ্ ফেডাৰেশ্যনৰ উক্ত অনুষ্ঠানত চেলিব্ৰিটী চিফ গ্যাষ্ট হিচাপে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী "পুণম ধিলন" আৰু চেলিব্ৰিটী গ্যাষ্ট হিচাপে ফিল্ম আৰু টি.ভি ছিৰিয়েলৰ জনপ্ৰিয় অভিনেত্ৰী "ৰশ্মি দেশাই" উপস্থিত থাকে। লগতে হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ বহুকেইজন খ্যাতনামা ব্যক্তিৰ লগতে বহু কেইজন সন্মানীয় বিধায়ক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/bde22dd4-47a1-444f-a15a-626b334e8994/1d8cf69e_43b8_473d_94db_d2e2bdf5cc00.jpg)
বিশিষ্ট সমাজসেৱক, সু-লেখক তথা ডুগডুগীৰ স্বত্বাধিকাৰ উৎপল বণিয়াৰ দক্ষতা, সাহস আৰুৌ দৃঢ়মনোবলেৰে আগুৱাই গৈ পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰিবলৈ সক্ষম হোৱাত সকলোৱে শলাগ লৈছে।
Also Read: কন্দলীত ঐতিহাসিক বাদুলী খোৰোং মেলা