মৰাণৰ নবোদয় বিদ্যালয়ত গৰ্ভৱতী শিক্ষয়িত্রীক দলবদ্ধ আক্ৰমণ ছাত্ৰৰ...

ডিব্ৰুগড়ৰ ৰেগিং কাণ্ড মাৰ নোযাঁওতেই আন এক ঘটনা চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

dangor kotha

ডিজিটেল ডেস্ক: ডিব্ৰুগড়ৰ ৰেগিং কাণ্ড মাৰ নোযাঁওতেই আন এক ঘটনা চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

Advertisment

মঙলবাৰে অন্তঃসত্ত্বা শিক্ষয়িত্রীক আক্রমণ কৰে একাংশ উদণ্ড ছাত্রই। অভিভাৱকক অভিযোগ দিয়াৰ বাবেই এই আক্রমণৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

২২ ছাত্রৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছে বিদ্যালয় কর্তৃপক্ষই। ইফালে ঘটনাৰ চিচিটিভ ফুটেজ ভাইৰেল হৈ পৰিছে। মহিলা গৰাকীৰ গৰ্ভস্থ সন্তান নষ্ট হোৱাৰ উপক্ৰম।

আৰু পঢ়ক: ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকক "পিকনিক" আখ্যা ভূপেন বৰাৰ...

assam ragging dibrugarh