আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী

আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী
  • আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

  • শনিবাৰে সন্ধিয়া ৭.৩০ বজাত বৰঝাৰত অৱতৰণ কৰিব প্রধানমন্ত্রীয়ে।

  • দেওবাৰে ১১.৩০ বজাত খানাপাৰাত প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা।

  • প্রধানমন্ত্রীয়ে শুভাৰম্ভ কৰিব ১১ হাজাৰ কোটি টকাৰ প্রকল্প।

  • PM Devine আঁচনিৰ অধীনত কামাখ্যা কৰিড’ৰৰ আধাৰশিলা স্থাপন।

  • অসম মালাৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰিব প্রধানমন্ত্রীয়ে।

  • ৪৩টা পথ, ৩৮খন দলঙৰো আধাৰশিলা স্থাপন কৰিব।

  • শোণিতপুৰ দোলাবাৰী-জামুগুৰি সংযোগী পথ মুকলি কৰিব।

  • চন্দ্রপুৰত আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে।

আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী
ৰাজপথত বাহন ৰখাই যাত্রীক দুৰ্বৃত্তৰ আক্রমণ
আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী
গ্ৰেপ্তাৰ হ'ব পাৰে মানস চলিহা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in