দৰঙৰ পুনৰ জাপানীজ এনকেফালাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু…

দৰঙৰ পুনৰ জাপানীজ এনকেফালাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু…

ডিজিটেল সংবাদ, মঙলদৈ: দৰঙৰ পুনৰ দেওবাৰে জাপানীজ এনকেফালাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয়। মৃত লোকজন মঙলদৈ ১ নং গেৰিমাৰী গাঁওৰ দেৱকান্ত ভূঞা(৬৫)

অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল দেৱকান্ত ভূঞা। কিছুদিন আগতে একমাত্র পুত্ৰৰো পথ দুৰঘটনাত মৃত্যু হৈছিল দেৱকান্ত ভূঞাৰ।

দৰং জিলা প্ৰশাসন, স্বাস্থ্য বিভাগক জাপানীজ এনকেফালাইটিছত নিৰ্মূলৰ পদক্ষেপ গ্ৰহণ কৰাৰ আহবান জনালে স্থানীয় লোকে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in