দৰঙৰ পুনৰ জাপানীজ এনকেফালাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু…

দৰঙৰ পুনৰ জাপানীজ এনকেফালাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু…

author-image
asomiyapratidin
New Update
শিৱসাগৰত জাপানীজ এনকেফেলাইটিছৰ তাণ্ডৱঃ১৪ জন আক্ৰান্ত, প্ৰাণ হেৰুৱালে ৩ জনে...

ডিজিটেল সংবাদ, মঙলদৈ: দৰঙৰ পুনৰ দেওবাৰে জাপানীজ এনকেফালাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয়। মৃত লোকজন মঙলদৈ ১ নং গেৰিমাৰী গাঁওৰ দেৱকান্ত ভূঞা(৬৫)

Advertisment

অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল দেৱকান্ত ভূঞা। কিছুদিন আগতে একমাত্র পুত্ৰৰো পথ দুৰঘটনাত মৃত্যু হৈছিল দেৱকান্ত ভূঞাৰ।

দৰং জিলা প্ৰশাসন, স্বাস্থ্য বিভাগক জাপানীজ এনকেফালাইটিছত নিৰ্মূলৰ পদক্ষেপ গ্ৰহণ কৰাৰ আহবান জনালে স্থানীয় লোকে।

আৰু পঢ়ক: ধেমাজিত বানৰ সংহাৰী ৰূপ, কেইবাটাও পৰিয়াল বানৰ কবলত…

dead assam japanese encephalitis darrang