বৰবৰুৱাৰ লেপেটকটাত ডঃ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ বাঁহৰ অনুষ্ঠান

বৰবৰুৱাৰ লেপেটকটাত ডঃ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ বাঁহৰ অনুষ্ঠান

ডিজিটেল সংবাদ, বৰবৰুৱাঃ বৰবৰুৱাৰ লেপেটকটা কছাৰী গাঁৱত অনুষ্ঠিত হৈছে চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। লেপেটকটা কছাৰী গাঁৱৰ উদ্যোগত তথা বৰবৰুৱা বাসী আৰু ডিব্ৰু শদিয়ালবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ বাঁহৰ অনুষ্ঠান।

এই অনুষ্ঠানত বৰবৰুৱা অঞ্চলৰ সহস্ৰাধিক পুৰুষ মহিলা ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক পুৰুষ মহিলাই এই অনুষ্ঠানত শৰণ গ্ৰহণ কৰে।

বৰবৰুৱাৰ লেপেটকটাত ডঃ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ বাঁহৰ অনুষ্ঠান
কচুৱা থানাৰ অন্তৰ্গত আলিটাঙনিত আৰক্ষীৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in