গুৱাহাটী

কামাখ্যা ৰে’ল ষ্টেচনত জব্দ হাতীৰ দাঁত...

Asomiya Pratidin
  • কামাখ্যা ৰে’ল ষ্টেচনত জব্দ হাতীৰ দাঁত।

  • তালাচীৰ সময়ত জি আৰ পিয়ে জব্দ কৰে হাতীৰ দাঁতটো।

  • অৰুণাচলৰ পৰা কামাখ্যা অভিমুখী ৰে’লৰ পৰা জব্দ কৰা হৈছে উক্ত দাঁতটো।

  • লাচিত এক্সপ্রেছেৰে সৰবৰাহ কৰাৰ সময়তে জব্দ কৰাৰ তথা প্ৰকাশ কৰিছে বিভাগটোৱে।

  • ঘটনা সন্দৰ্ভত ৰাজস্থানৰ সন্দীপ যোশী নামৰ এজনক আটক কৰা হৈছে।

  • উল্লেখ্য যে, হাতী দাঁতটোৰ ওজন ২.৩০০ কেজি।