0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সংগীত বিভাগৰ উদ্যোগত অহা ২৪ জানুৱাৰী, ২০২৬ত আন্তঃবিশ্ববিদ্যালয়-মহাবিদ্যালয়ভিত্তিক এখনি সংগীত প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷ এই বৰ্ষৰ বাবে প্ৰতিযোগিতাৰ বিষয় হিচাপে ‘‘জুবিন সংগীত’’ নিৰ্বাচিত কৰা হৈছে ৷
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব