0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত মাজপোতনী আৰু মাজ উৰিয়াগাঁৱত বন্যহস্তী আৰু মানৱৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে । জানিব পৰা মতে মঙলবাৰে নিশা এজাক বন্যহস্তীয়ে মাজপোতনীৰ কনক চন্দ্ৰ বৰাৰ ভৰাঁলগৃহ, খেৰগৃহ লণ্ডভণ্ড কৰাৰ লগতে ভৰাঁলৰ বুজন পৰিমাণৰ ধান খাই তহিলং কৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব