0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
ধেমাজি জিলা ছাত্ৰ সন্থাৰ এখনি কৰ্মী সভা শনিবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে পতাকা উত্তোলনেৰে কৰ্মী সভাৰ কাৰ্য্যসূচী শুভাৰম্ভণি কৰা পিছতেই শ্বহীদ তৰ্পন কাৰ্য্যসূচী সমাপন কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁয়ে
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব