/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/7988b579-fd14-4f79-ac71-047daa80927d/104.jpg)
ডিজিটেল ডেস্ক : পুনৰ ভ্লাডিমিৰ পুটিনৰ হাততে ৰাছিয়াৰ শাসন। ৰাষ্ট্ৰপতি নিৰ্বাচনত দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ পুটিনক নিৰ্বাচিত কৰা হৈছে। প্ৰকাশিত তথ্য অনুসৰি ৮৭.১৭ শতাংশ ভোট লাভ কৰি পুটিনে বিজয় সাব্যস্ত কৰে।
নিৰ্বাচনত পুনটিৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৰাছিয়ান ফেডাৰেচন কমিউনিষ্টৰ প্ৰাৰ্থী নিকোলাই খাৰিনটোভে। তেওঁ এই নিৰ্বাচনত দ্বিতীয় স্থান লাভ কৰি পুটিনৰ হাতত পৰাস্ত হয়।
Also Read: ইলেক্ট্ৰৰেল বণ্ড : এছ বি আইক আকৌ জবাবদিহি উচ্চতম ন্যায়ালয়ৰ