New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ছয়গাঁৱত ৰে'লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু...
দুৰ্গা পূজাৰ আনন্দৰ মাজতেই বাংলাদেশত ভয়াৱহ ৰে’ল দুৰ্ঘটনা।
বাংলাদেশৰ কিশোৰগঞ্জৰ ভৈৰৱত দুখন ট্রেইনৰ সংঘৰ্ষ।
মালবাহী ৰে’লত পিছফালৰ পৰা যাত্রীবাহী ৰে’লৰ খুন্দা।
২০ জন নিহত, শতাধিক যাত্রী আহত।
Also Read: বিজয়া দশমী উপলক্ষে মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা