দেশত বিয়পাইছে অশান্তি ! শান্তিৰ ন'বেল জয়ীক প্ৰেৰণ কাৰাগাৰলৈ...

দেশত বিয়পাইছে অশান্তি ! শান্তিৰ ন'বেল জয়ীক প্ৰেৰণ কাৰাগাৰলৈ...

শান্তিৰ ন'বেল বঁটা বিজয়ী এলেছ বিলিয়াটস্কীক প্ৰেৰণ কৰা হৈছে কাৰাগাৰলৈ ।বেলাৰুচৰ এখন আদালতে এই শাস্তি বিহিছে ন'বেল বিজয়ী গৰাকীক । প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অবৈধভাৱে ধন সংগ্ৰহত নমা বুলি তেঁওৰ বিৰুদ্ধে অভিযোগ তোলা হৈছে তেঁওৰ বিৰুদ্ধে ।

বেলাৰুচৰ নিৰ্বাসিত নেতা ছোভিয়া তালনা সহযোগী হিচাপে আদালতত তেঁওক অভিযুক্ত কৰা হৈছে । এই অভিযোগত ১০ বছৰ কাল কাৰাগাৰত থাকিব লাগিব শান্তিৰ ন'বেল বিজয়ী গৰাকী । উল্লেখযোগ্য যে বেলাৰুচ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ন'বেল বিজয়ী গৰাকীয়ে ।

দেশত বিয়পাইছে অশান্তি ! শান্তিৰ ন'বেল জয়ীক প্ৰেৰণ কাৰাগাৰলৈ...
মহানগৰীৰ মাজমজিয়াত বিজেপি নেতাক দুৰ্বৃত্তৰ আক্ৰমণ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in