/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/225ad5d9-7486-48b2-8665-77941949d315/bijay_pathak.jpg)
-
বিজেপি নেতাক আক্ৰমণ
-
গুৱাহাটী মহানগৰ জিলা সম্পাদক বিজয় পাঠকক আক্ৰমণ দুৰ্বৃত্তৰ
-
গুৱাহাটী ৰে'ল ষ্টেছনৰ সন্মুখত আক্ৰমণ কৰে দুৰ্বৃত্তই
-
চোকা অস্ত্ৰৰে সংঘটিত কৰিছিল এই আক্ৰমণ
-
১৭ টা চিলাই কৰিব লগীয়া হৈছে পাঠকৰ আঘাতপ্ৰাপ্ত স্থানবোৰত
-
প্ৰচূৰ ৰক্তক্ষৰণো হৈছে নেতাগৰাকীৰ
-
বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন পাঠক
Also Read: প্ৰতিবাদীসকলক সাহস প্ৰদান কৰা চিতা পোৱালি পিৰৌজ আৰু নাই...