/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/imran-khan.jpg)
ডিজিটেল ডেস্ক: অৱশেষত কিছু সকাহ পালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে। ইমৰাণ খানৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ ৰবিবাৰে নাকচ কৰিলে নেচনেল এচেম্বলীয়ে।
প্ৰস্তাৱ নাকচ হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰক সম্বোধন কৰি কয় যে তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ অল্বীক নেচনেল এচেম্বলী ভংগ কৰাৰ বাবে আহ্বান জনাইছে আৰু নিৰ্বাচনৰ উপদেশ দিছে।
অন্যহাতে ইমৰাণ খানে কয় যে এই সমগ্ৰ ঘটনাত বিদেশীৰ হাত আছে। বিৰোধীক সহায় কৰিছে বিৰোধীয়ে। উল্লেখ্য যে, কিছুদিন পূৰ্বেই সংখ্যাগৰিষ্ঠতা হেৰুৱাইলি ইমৰাণ খানৰ চৰকাৰে। তাৰ পাছতেই ইমৰাণ খানৰ পদক লৈ আছিল অনিশ্চিয়তা।
আৰু পঢ়ক: মুখত চূণ সানি,চেণ্ডেলৰ মাল পিন্ধাই উত্তম-মাধ্যম ৰাইজৰ, কৰিছিল জঘন্য কাণ্ড…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us