/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/9e8f1211-c3c4-4cce-b835-11715c164fd3/AP_FOR_WEB_malaysia_.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা মালয়েছিয়াত দুৰ্ঘটনাগ্ৰস্ত হয় দুখন হেলিকপ্টাৰ। মাজ আকাশতে নৌসেনাৰ দুখন হেলিকপ্টাৰৰ মাজত সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। সংঘৰ্ষৰ ফলত মালয়েছিয়া নৌসেনাৰ ১০জন জোৱান নিহত হয়।
দুৰ্ঘটনাত পতিত এখন হেলিকপ্টাৰ অগুষ্টা ৱেষ্টলেণ্ড এডব্লিউ ১৩৯ মেৰিটাইম অপাৰেচন হেলিকপ্টাৰ (এইচ অ’ এম) আৰু দ্বিতীয়খন ইউৰোকপ্টাৰ ফেনেক। নৌসেনাৰ ৰয়েল মালয়েচিয়ান পেৰেডৰ প্ৰশিক্ষণৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় ।
Also Read: ৫ লাখ চাকমা আৰু হাজাঙক সংস্থাপিত কৰা হ'ব অসমতঃ মুখ্যমন্ত্ৰীলৈ পত্ৰ অখিল গগৈৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us