ঘোষণা হ'ল এই বৰ্ষৰ অৰ্থনীতিৰ ন'বেল বঁটা

ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ ন'বেল বঁটা। এই বৰ্ষৰ অৰ্থনীতিৰ ন'বেল বঁটা প্ৰদান কৰা হৈছে ক্লডিয়া গোল্ডিনক।

author-image
Asomiya Pratidin
New Update
ঘোষণা হ'ল এই বৰ্ষৰ অৰ্থনীতিৰ ন'বেল বঁটা

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ ন'বেল বঁটা। এই বৰ্ষৰ অৰ্থনীতিৰ ন'বেল বঁটা প্ৰদান কৰা হৈছে ক্লডিয়া গোল্ডিনক। কৰ্মক্ষেত্ৰত মহিলাৰ শ্ৰম সন্দৰ্ভত কৰা গৱেষণাৰ বাবে তেওঁলৈ এই সন্মান প্ৰদান কৰা হৈছে।

Advertisment

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শান্তি, পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান আদিৰ বাবেও ঘোষণা কৰৰা হয় ন'বেল বঁটা। শান্তিৰ ন'বেল বঁটা ইৰাণৰ যুৱতী সমাজকৰ্মী নাৰ্গেছ মহম্মদিক প্ৰদান কৰাৰ বিপৰীতে পদাৰ্থ বিজ্ঞানত তিনিগৰাকী বিজ্ঞানীলৈ, ৰাসায়ন বিজ্ঞানতো তিনিগৰাকী বিজ্ঞানী প্ৰদান কৰা হয় এই সন্মান।

Also Read: নাৰী মুক্তিৰ কথাৰে কাৰাগাৰৰ বাসিন্দা হোৱা যুৱতীলৈ ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল...

nobel prize