পুনৰ এক ভূমিকম্পই জোকাৰি গ'ল তুৰস্ক...

পুনৰ এক ভূমিকম্পই জোকাৰি গ'ল তুৰস্ক...

author-image
Asomiya Pratidin
New Update
এটাৰ পাছত আনটো ভূমিকম্পই কপাই গৈছে তুৰস্ক

পুনৰ এক ভূমিকম্পই জোকাৰি গ'ল তুৰস্ক...

ডিজিটেল ডেস্কঃ পুনৰ এক ভূমিকম্পই জোকাৰি গ'ল তুৰস্ক। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৬.৪। এই ভূমিকম্পৰ উৎপত্তিস্থল তুৰস্কৰ দক্ষিণ পূব হাতাইৰ পৰা ৭.৭ কিলোমিটাৰ গভীৰতাত।

Advertisment

উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰীত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পই ধ্বংসস্তূপত পৰিণত কৰিছিল তুৰস্কক।

ইয়াৰ পৰৱৰ্তী সময়তো ধাৰাবাহিক ভাৱে অহা কেইবাটাও ভূমিকম্পৰ ফলত তুস্কৰত ৪১ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।

Also Read: আৰক্ষীৰ গোপন তথ্য ফাদিল কৰে কোনে ? ড্ৰাগছ ব্যৱসায়ীক ৰক্ষা কৰাৰ নামত ধন লৈ গ্ৰেপ্তাৰ এজন...

ভূমিকম্প তুৰস্ক