বনাঞ্চল ধ্বংসৰ পৰিণতি : বিলুপ্তিৰ গৰাহত চিম্পাঞ্জী

বনাঞ্চল ধ্বংসৰ পৰিণতি : বিলুপ্তিৰ গৰাহত চিম্পাঞ্জী

author-image
Asomiya Pratidin
New Update
বনাঞ্চল ধ্বংসৰ পৰিণতি : বিলুপ্তিৰ গৰাহত চিম্পাঞ্জী

ডিজিটেল ডেস্ক : চোৰাং চিকাৰীৰ উপদ্ৰপ,বনাঞ্চল ধ্বংস আৰু বিভিন্ন ৰোগৰ সংক্ৰামণৰ পৰিণতিত বিশ্বত চিম্পাঞ্জীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। বিশ্বৰ গাম্বিয়া,বুৰ্কিনা ফাছ',বেনিন আদি দেশত চিম্পাঞ্জীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে।

Advertisment

ইয়াৰোপৰি বহু প্ৰাণীৰ অস্তিত্ব সংকটাপন্ন হৈ আহিছে। কেমেৰুনৰ ছাংগা নদীৰ উত্তৰে আৰু দক্ষিণ-পশ্চিম নাইজেৰিয়াৰ অৰণ্যত চিম্পাঞ্জীৰ সংখ্যা মাত্ৰ ৬ হেজাৰ হৈছেগৈ।

ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সুৰক্ষা সংস্থাই চিম্পাঞ্জীক বিলুপ্তিৰ গৰাহত পৰা প্ৰজাতি হিচাপে চিনাক্ত কৰিছে।

Also Read: মণিপুৰৰ বাবে ন্যায়ৰ দাবী অভিনেত্ৰী প্ৰিয়ংকা ছোপ্ৰাৰ

Chimpanzee