ইজৰাইল ৱাৰ : ৰাফাঃৰ সমৰ্থনত বলীউড তাৰকা...

আক্ৰমণৰ ঘটনাৰ পাছতে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ আছে 'অল আইজ অন ৰাফাঃ' শীৰ্ষক হেচটেগ

author-image
Asomiya Pratidin
New Update
ইজৰাইল ৱাৰ : ৰাফাঃৰ সমৰ্থনত বলীউড তাৰকা...

ডিজিটেল ডেস্কঃ দক্ষিণ গাজাৰ চহৰ ৰাফাঃৰ এটা অঞ্চলত বিমানেৰে আক্ৰমণ চলাই ইজৰাইলে। তথ্য অনুসৰি, এই আক্ৰমণত ৪৫ জন লোকৰ মৃত্যু হৈছে। লগতে আহত হয় বহু লোক।

Advertisment

আক্ৰমণৰ ঘটনাৰ পাছতে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ আছে 'অল আইজ অন ৰাফাঃ' শীৰ্ষক হেচটেগ। বলীউডৰ অভিনেত্ৰী আলিয়া ভট, সোনাক্ষী সিনহাৰ পৰা দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মণ্ডনালৈ কেবাগৰাকী তাৰকাই গাজাৰ প্ৰতি সমৰ্থন জনায়।

  user
user

প্ৰিয়ংকা চোপ্ৰা আলিয়া ভট সোনম কাপুৰ, সোনাক্ষী সিনহা, ৰশ্মিকা মণ্ডনা, ছৈইফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আলী খান, পুলকিত সম্ৰাট-কৃতি খৰবান্দা, আঠিয়া শেট্টী, নেন্সি ত্যাগী, ত্ৰুপ্তী ডিমৰিকে ধৰি বহু চেলিব্ৰিটিয়ে তেওঁলোকৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত 'অল আইজ অন’ পোষ্ট কৰে।

  user
user

ৰাফাঃৰ জনসাধাৰণৰ প্ৰতি সমৰ্থন দেখুৱায় বহু কেইগৰাকী তাৰকাই

  user
user

ৰাফাঃৰ সমৰ্থনত পোষ্ট কৰে সোনক্ষী সিনহাই

  user
user

ৰাফাঃৰ প্ৰতি সহানুভূতি দেখুৱাই সোনম কাপুৰে

  user
user

Also Read: টি-২০ বিশ্বকাপ : নিউয়ৰ্কৰ পৰিৱেশত ভাৰতীয় দলৰ অনুশীলন

Israel-Gaza war All Eyes On Rafah gaja attack Bollywood celebreality rafah attack