এছিয়াডত চেঞ্চুৰী ভাৰতীয় পদকৰ...

এছিয়াডত চেঞ্চুৰী ভাৰতীয় পদকৰ...

ডিজিটেল ডেস্কঃ এছিয়ান গেমছত বৰ্তমানলৈ মুঠ ১০০টা পদক অৰ্জন কৰি ভাৰতৰ পদকৰ তালিকাই ৰচিলে নতুন অভিলেখ। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এই বৰ্ষত ইতিহাস ৰচিলে ভাৰতে। এই পৰ্যন্ত ২৫টা স্বৰ্ণ, ৩৫টা ৰূপ, ৪০টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুঠ ৭০টা পদক অৰ্জন কৰাৰ নজিৰ আছে এছিয়ান গেমছত। পূৰ্বৰ সেই অভিলেখ ভংগ কৰি ভাৰতে এই বৰ্ষত শতকটা পদক অৰ্জৰ কৰাৰ সমান্তৰালভাৱে আন দুটামান প্ৰতিযোগিতাতো পদক অৰ্জন কৰাৰ আশাই দেখা দিছে। এই খবৰে নিশ্চিতভাৱে উৎফুল্লিত কৰিছে দেশৰ ক্ৰীড়াপ্ৰেমীক।

এছিয়াডত চেঞ্চুৰী ভাৰতীয় পদকৰ...
এছিয়াডত অব্যাহত ভাৰতৰ জয় যাত্ৰাঃ তালিকাত সংযোজন হ'ল পঞ্চবিংশতিতম স্বৰ্ণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in