/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c763a1f5-6887-4652-95eb-d75b76347660/hs_exam_news_14.jpg)
ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচীঃ চাওক সবিশেষ...
ডিজিটেল ডেস্কঃ ঘোষণা হ'ল অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী। সেই অনুসৰি ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই পৰীক্ষা আৰু অন্ত পৰিব ২০ মাৰ্চত।
দুয়োবেলা অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাৰ আগবেলাৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১১ বজালৈ অনুষ্ঠিত হ'ব। আনহাতে পিছবেলাৰ পৰীক্ষা হ'ব ১ঃ৩০ বজাৰ পৰা ৩ঃ৩০ বজালৈ।
ইয়াৰোপৰি ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব ২৫ জানুৱাৰীৰৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7fee018a-79b9-4967-bf2b-3d688ffb37fd/hs_exam_14.jpg)
ক্লিক কৰি পঢ়কঃ একাদশ, দ্বাদশ শ্ৰেণীতেই নহয়, স্নাতকোত্তৰ শিক্ষকে পাঠদান কৰিব লাগিব ষষ্ঠ শ্ৰেণীতো...