/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/Untitled_design_43.png)
গুৱাহাটী বিশ্ববিদ্যালয়ত ৫ বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ...
ডিজিটেল ডেস্কঃ ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব নতুন শিক্ষানীতিৰ আধাৰত ৫ বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰম। ইতিমধ্যে বিশ্ববিদ্যালয়খনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ইয়াৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে।
শেহতীয়াকৈ বিশ্ববিদ্যালয়খনে নতুন শিক্ষানীতিৰ আধাৰত সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে এক জাননী জাৰি কৰিছে। এই সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰম হ'ব ৫ বছৰীয়া।
উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে এই পাঠ্যক্ৰমৰ বাবে আৱেদন কৰিব পাৰিব।
চাওক বিশ্ববিদ্যালয়ে এই সন্দৰ্ভত জাৰি কৰা জাননীঃ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2fa62d70-f81f-4461-9c20-c50d306d8a0a/deecf5c8_2065_4a70_8732_84f2999e0d26.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c6b44770-33aa-49b0-9dbe-58468b543c50/4288fa6f_0435_4ecb_badf_804ef1b90c19.jpg)
Also Read: বড়োলেণ্ড বিশ্ববিদ্যালয়ত নিষিদ্ধ অসমীয়া ভাষা ! কেৱল ইংৰাজীতহে লিখিব পাৰিব শিক্ষাৰ্থীয়ে...