0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত খাৰুৱাবান্ধা আৰক্ষীয়ে শনিবাৰে নিশা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সদৰ বজাৰত ড্ৰাগছবিৰোধী অভিযান চলায়। এই অভিযানত ১৩১৫ টা নিচাজাতীয় টেবলেটসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব