সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থা
কিতাপৰ বৰ্ষ ২০২৫ ক আনুষ্ঠানিক আদৰণি সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ
১৯৮৫ চনতে গ্রাম্য পুথিভঁড়াল সমূহৰ উন্নয়নৰ হকে প্রতিষ্ঠা লাভ কৰা সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহো কিতাপৰ বৰ্ষতে বাস্তৱায়িত হ’ব বুলি আশা প্রকাশ কৰে আৰু কিতাপৰ বৰ্ষতে অসমত এখন পুথিভঁড়াল আইনো প্রনয়ন হ’ব বুলি তেঁও আশাবাদী।
সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ কৃষ্ণকান্ত সন্দিকৈৰ ১২৬ সংখ্যক ওপজা দিন উদযাপন