0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই হাইলাকান্দি আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন আৰু জালনোট জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত হাইলাকান্দি থানাৰ আৰক্ষীয়ে ৰতনপুৰ - চাহাপুৰ পথৰ চেপ্তি ব্ৰজপুৰত অভিযান চলাই ২.২৫ গ্ৰাম হেৰ'ইন জব্দ কৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব