0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
নিহতসকলৰ ভিতৰত ৬ গৰাকী মহিলা আৰু এগৰাকী লেবাননৰ সেনা জোৱান আছে। সীমান্ত অঞ্চলৰ ২০ খনতকৈও অধিক গাঁৱত লোক আহত হৈছে। উল্লেখ্য যে ইজৰাইল-হিজবুল্লাহৰ যুদ্ধ বন্ধ কৰিবলৈ নৱেম্বৰৰ শেষৰ ফালে ইজৰাইলী বাহিনীয়ে প্ৰত্যাহাৰ কৰিব লাগিছিল।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব