0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী যুৱ বিজ্ঞানীয়ে। যোৰহাটৰ ডেনিচ নগৰৰ নিৱাসী USTM-ৰ পদাৰ্থবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° মুৰ্চনা খুশৰুয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ৰ এক গৱেষণা প্ৰকল্প লাভ কৰিছে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব