0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
নগাঁও চহৰৰ খ্ৰীষ্টানপট্টী এ ডি পি পথত আজি পুৱা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। নিজৰ ঘৰৰ চৌহদত এজন ৭৪ বছৰীয়া বৃদ্ধৰ চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত এলেকাটোত হুৱাদুৱাৰ সৃষ্টি হয়। মৃতদেহ উদ্ধাৰ হোৱা লোকজন হল অনুপ কুমাৰ গাংগুলী।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব