0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
বিশ্বনাথৰ প্ৰতাপগড় চাহবাগিছাৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। পুৱা ৪ বজাত দুখন বাছৰ সংঘৰ্ষ। এ এছ১৫ চি৭১৩১ নম্বৰৰ এখন ভৌমিক নামৰ নৈশ বাছত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে এ এছ ০১ এইচ চি ৭৭৭৭ নম্বৰৰ এখন প্ৰাণজিত বাছে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব