0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত বাৰপূজীয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বুধবাৰে দিনৰ ১১-৩০ বজাত বাৰপূজীয়া তিনিআলিত অসমৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্ত্তি দাহ কৰে সংগঠনৰ কৰ্মীসকলে
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব