zero point
zero point
ক’ত আছে ব্ৰিটিছ ঔপনিৱেশৰ সময়ত স্থাপন কৰা গুৱাহাটীৰ শূন্য বিন্দু?
ব্ৰিটিছ ঔপনিৱেশৰ সময়ত স্থাপন কৰা শূন্য বিন্দুটোৱে গুৱাহাটীৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ দূৰত্ব জোখাৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰিছিল। তেতিয়াৰ ব্ৰিটিছ প্ৰশাসনে ইয়াক কামৰূপ অঞ্চলৰ কেন্দ্ৰীয় জিঅ’ডেটিক ৰেফাৰেন্স পইণ্ট হিচাপে প্ৰতিষ্ঠা কৰিছিল।