0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
মোবাইল ব্যৱহাৰকাৰীসকলৰ বাবে যোগাযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈছে ৱাটছ এপ । বৰ্তমানৰ সময়ত ই এক শক্তিশালী যোগাযোগৰ মাধ্যমত পৰিগণিত হৈছে । এই মাধ্যমটোৰ ব্যৱহাৰকাৰীসকলে এপটো ব্যৱহাৰ কৰি যাতে অধিক সুৰক্ষিত অনুভৱ কৰিব পাৰে তাৰ বাবে শেহতীয়াকৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এপটোৰ কৰ্তৃপক্ষই
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব