0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
আজি পৰা মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোক সকলৰ মাঘ বিহু। উৎসৱ মুখৰ পৰিৱেশ মধ্য অসমত । আজি তিৱাসকলৰ মাঘ বিহুৰ (পিচু) উৰুকা । মধ্য অসমৰ তিৱা সকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মংগলবাৰে উৰুকা ( পিচু) বুধবাৰে মাঘ বিহু পালন কৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব