ড° তাৰানাথ দুৱৰা
ড° তাৰানাথ দুৱৰাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন...
তেওঁৰ নশ্বৰ দেহ বিমান বন্দৰৰ পৰা পোনে পোনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনলৈ নি বিশ্ববিদ্যালয়ৰ পৰিয়ালবৰ্গ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলে তেখেতৰ কৰ্মময় জীৱনক সুঁৱৰি বিশ্ববিদ্যালয়ৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷