sssb
ৰঙিয়াত এছএছএছবি জোৱানৰ ইণ্ডো ভূটানৰ শিক্ষামূলক ভ্ৰমণ
সাম্প্ৰতিক সময়ত সীমা সুৰক্ষাৰ সমস্যা সমাধান আদিকে ধৰি কেইবাটাও সমস্যা লৈ কেন্দ্ৰীয় চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে, এই সমস্যাৰ সমাধানৰ বাবে বৰ্তমান কেন্দ্ৰৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদক্ষেপ যথেষ্ট উপকৃত কৰিছে ।