0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
প্ৰতিভাৱান শিল্পী কৌশিক কুমাৰ সন্দিকৈয়ে একাংশ যুৱক যুৱতীক নৃত্য শিক্ষাৰ প্ৰশিক্ষণ দি পৈনত কৰি তুলিছে ৷ এই প্ৰশিক্ষাৰ্থী সকলে আহৰণ কৰা শিক্ষাৰ বৰ্হিপ্ৰকাশ ঘটাই শিৱসাগৰত কালি নিশা দেশী বিদেশী পৰ্যটকৰ লগতে ৰংপুৰীয়াৰ মন মুহিবলৈ সক্ষম হয় ৷
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব