0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
শুৱালকুছি
শুৱালকুছিত এটি কণমানিৰ সলিল সমাধি। মৃত চাৰিবছৰীয়া কণমানিটিৰ ঘৰ নলবাৰীৰ বুদ্ৰুকুছি ৰোডত। পৰিয়ালৰ সৈতে জেঠি মাকৰ ঘৰলৈ গৈছিল কণমানিটি। শুৱালকুছিৰ জেঠি মাকৰ ঘৰত আছিল বিবাহ অনুষ্ঠান।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব