Ruckus
শিৱসাগৰত উল্কাপিণ্ডক লৈ আলোড়ন : টুকুৰা টুকুৰ কৰি লৈ গ’ল তিনি বিশ্ববিদ্যালয়ে
২ ছেপ্টেম্বৰৰ দিনা মহাকাশৰ পৰা এটুকুৰা উল্কাপিণ্ড সৰি পৰিছিল। সেই সময়ত দ্বিজেন কাকতিয়ে ঘৰৰ পিছফালে গা ধুই আছিল ৷ তেনেতে আকাশৰ পৰা প্ৰচণ্ড বেগত এটা শিলাখণ্ড পকাত পৰি কাষতে থকা এডোঙা পানীত ছিটিকি পৰে