0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
আজি নেতাজী সুভাস চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মজয়ন্তী তথা পৰাক্ৰম দিৱস। স্বাধীনতা সংগ্ৰামৰ এজন স্মৰণীয় কিংবদন্তি নেতা নেতাজী সুভাষ চন্দ্ৰ বসু । তেওঁ দেশৰ বাবে যি কাম কৰিছিল, ইংৰাজ শাসনৰ বিৰুদ্ধে দেশবাসীক পথ দেখুৱাই আগবঢ়াই নিয়া সহজ নাছিল।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব