0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
"জীৱকৃষ্ণ অন্তৰংগ মঞ্চ" খন বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে বিশিষ্ট শিল্পী সূৰ্য গোস্বামীয়ে। উন্মোচনী ভাষণত তেখেতে পিয়ানো কিডছৰ উত্তৰণত সন্তুষ্টি প্ৰকাশ কৰি শুভকামনা জ্ঞাপন কৰে। ন শিকাৰুৰ বাবে কুশল কৃষ্ণ দেৱ গোস্বামীয়ে প্ৰণয়ন কৰা পাশ্চাত্য সংগীত শিক্ষনৰ গ্ৰন্থ 'স্কেল ষ্টাডি' উন্মোচন কৰে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱব্ৰত খনিকৰ আৰু ৰিপু গগৈয়ে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব